লংকা আৰক্ষীৰ অভিযানত আটক ৫ টা জুৱাৰী
হোজাই, ২৭ ছেপ্টেম্বৰ (হি.স.)। হোজাইৰ লংকা আৰক্ষীৰ অভিযানত আটক হৈছে ৫ টা জুৱাৰী । লংকাৰ টেঙাবস্তিৰ পৰা আটক কৰা হৈছে উক্ত জুৱাৰী কেইজনক । আটকাধীন ৫ জুৱাৰীৰ নাম ক্ৰমে নগেন মালাকাৰ, ৰিপন মজুমদাৰ, চামন মজুমদাৰ, প্ৰণাহাৰী সৰকাৰ আৰু সুদেৱ মজুমদাৰ। আৰ
লংকা আৰক্ষীৰ অভিযানত আটক ৫ টা জুৱাৰী


হোজাই, ২৭ ছেপ্টেম্বৰ (হি.স.)। হোজাইৰ লংকা আৰক্ষীৰ অভিযানত আটক হৈছে ৫ টা জুৱাৰী ।

লংকাৰ টেঙাবস্তিৰ পৰা আটক কৰা হৈছে উক্ত জুৱাৰী কেইজনক ।

আটকাধীন ৫ জুৱাৰীৰ নাম ক্ৰমে নগেন মালাকাৰ, ৰিপন মজুমদাৰ, চামন মজুমদাৰ, প্ৰণাহাৰী সৰকাৰ আৰু সুদেৱ মজুমদাৰ।

আৰক্ষীয়ে

জুৱাৰী কেইজনৰ পৰা তাচপাত, নগদ সহ প্ৰতিজনৰ পৰা একোটাকৈ মৱাইল সৰ্বমুঠ ৫ টা মৱাইল জব্দ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande