টংলাৰ বগৰিবাৰীত চোৰাং গৰুৰ বাহন জব্দ ৰাইজৰ
ওদালগুৰি, ২৩ আগষ্ট (হি.স.)। টংলাৰ বগৰিবাৰীত চোৰাং গৰুৰ বাহন জব্দ ৰাইজৰ। আজি পুৱাৰ ভাগত টংলা মেকেঞ্জি পথৰ বগৰিবাৰীত ৰাইজে জব্দ কৰে চোৰাং গৰুৰ বাহন সহ গৰু চোৰ। বলেৰো পিকআপ বাহন কঢ়িয়াই আনিছিল প্ৰায় ৯ টাকৈ গৰু। গৰু কঢ়িয়াই অনা পিকআপ বাহন সহিতে গৰু চোৰক
টংলাৰ বগৰিবাৰীত চোৰাং গৰুৰ বাহন জব্দ ৰাইজৰ


ওদালগুৰি, ২৩ আগষ্ট (হি.স.)। টংলাৰ বগৰিবাৰীত চোৰাং গৰুৰ বাহন জব্দ ৰাইজৰ। আজি পুৱাৰ ভাগত টংলা মেকেঞ্জি পথৰ বগৰিবাৰীত ৰাইজে জব্দ কৰে চোৰাং গৰুৰ বাহন সহ গৰু চোৰ। বলেৰো পিকআপ বাহন কঢ়িয়াই আনিছিল প্ৰায় ৯ টাকৈ গৰু। গৰু কঢ়িয়াই অনা পিকআপ বাহন সহিতে গৰু চোৰক টংলা আৰক্ষীক গটাই দিয়ে ৰাইজে।

অৱশ্যে বৰ্তমানলৈ প্ৰমাণ হোৱা নাই জব্দ হোৱা গৰু কেইটা চোৰাং গৰু বুলি।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande