যোৰহাটৰ জিমখানা খেলপথাৰত আৰম্ভ ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা
যোৰহাট, ০৬ মাৰ্চ (হি.স.)। যোৰহাটৰ জিমখানা খেল পথাৰত আৰম্ভ ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা l যোৰহাটৰ ঐতিহাসিক জিমখানা খেল পথাৰত আজিৰে পৰা আৰম্ভ হৈছে ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ প্ৰথম দিনা অনুষ্ঠিত হয় মুঠ ১০ টা
যোৰহাটৰ জিমখানা খেলপথাৰত আৰম্ভ ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা


যোৰহাট, ০৬ মাৰ্চ (হি.স.)। যোৰহাটৰ জিমখানা খেল পথাৰত আৰম্ভ ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা l যোৰহাটৰ ঐতিহাসিক জিমখানা খেল পথাৰত আজিৰে পৰা আৰম্ভ হৈছে ১৪৩ সংখ্যক যোৰহাট ঘোৰা দৌৰ প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ প্ৰথম দিনা অনুষ্ঠিত হয় মুঠ ১০ টা প্ৰতিযোগিতা। প্ৰত্যেক ঘোৰা দৌৰ প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।

ঘোৰা দৌৰ প্ৰতিযোগিতা প্ৰত্য়ক্ষ কৰিবলৈ জিলা খনৰ অগনন দৰ্শক জিমখানা খেল পথাৰত ভীৰ কৰা পৰিলক্ষিত হৈছে।প্ৰতিযোগিতা খনৰ প্ৰতিযোগী সকল মুলত পেচাদাৰী ঘোৰা দৌৰৰ সৈতে জৰিত । প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগি সকলৰ আগমণ ঘটিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande