শিৱসাগৰত সন্দেহযুক্ত ড্ৰাগছ সহ এজন যুৱক আটক
শিৱসাগৰত সন্দেহযুক্ত ড্ৰাগছ সহ এজন যুৱক আটক।
শিৱসাগৰত সন্দেহযুক্ত ড্ৰাগছ সহ এজন যুৱক আটক


শিৱসাগৰ, ১৫ মাৰ্চ (হি.স.):শিৱসাগৰত যোৱা কালি শনিবাৰে সন্ধিয়া সন্দেহযুক্ত ড্ৰাগছ সহ এজন যুৱকক আটক কৰা হয় । শিৱসাগৰ ৰজাবাৰী দৰিকাঘট অঞ্চলৰ পৰা আটক কৰে যুৱক জনক ।

জানিব পৰা মতে যুৱক জনৰ নাম দ্ধিপজ্যতি দাস (২৩) । যুৱক জনৰ পৰা আৰক্ষীয়ে চাৰিটা চাধা টেমাস ২৪.২২ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱক জনক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande