
বৰপেটা, ০৭ ফেব্ৰুৱাৰী (হি.স.): বৰপেটা জিলাত যোৱা কালি শুকুৰবাৰে বিয়লি চিলনী চোৰৰ বিৰুদ্ধে বজালী আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত পাঠশালাত ৩ টাকৈ দুৰ্ধষ এটিএম চোৰ বজালী আৰক্ষীয়ে কৰায়ত্ত কৰে।
বজালী আৰক্ষীয়ে আটক কৰে ৩ জন চিলনী চোৰক । পাঠশালাত দীৰ্ঘদিনে চোৰৰ দলটোৱে সৃষ্টি কৰি আহিছিল সন্ত্ৰাস। বিভিন্ন জনক এটি এমৰ ভিতৰত আনক সহায় কৰাৰ চলেৰে এটি এমৰ কাৰ্ড সলনি কৰি লুটি নিয়ে জমা ধন ।অৱশেষত পাঠশালা আৰক্ষী থানাত মাৰাথান জেৰা চলাই আছে ধৃত চোৰ কেইটাক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ