ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু ভৰ্তি বাহন
নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযান চলায় নিশা জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন । ধিং আৰক্ষীৰ অভিযানত ১৩ টা আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযানত ৭টা জব্দ চোৰাং গৰু। ধিং আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং গৰু
ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু ভৰ্তি বাহন


নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযান চলায় নিশা জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন । ধিং আৰক্ষীৰ অভিযানত ১৩ টা আৰু বটদ্ৰৱা আৰক্ষীৰ অভিযানত ৭টা জব্দ চোৰাং গৰু।

ধিং আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং গৰু ভৰ্তি তিনিখনকৈ বাহন জব্দ কৰে।ধিং আৰক্ষীয়ে গৰু ভৰ্তি দুখনকৈ বাহনত ১৩ টা গৰু আৰু বটদ্ৰৱা আৰক্ষীয়ে এখন বাহনত ৭ টা গৰু জব্দ কৰে ।ইফালে আৰক্ষীয়ে চলোৱা অভিযানত বাহনৰ চালক হেণ্ডিমেনে পলায়ন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande