গৌৰীপুৰৰ আঠানিৰ সাধুভাষা ১ম খণ্ডত মহিলাৰ ৰহস্যজনক মৃত্যু
ধুবুৰী, ১৭ নৱেম্বৰ (হি.স.)। গৌৰীপুৰৰ আঠানিৰ সাধুভাষা ১ম খণ্ডত মহিলাৰ ৰহস্যজনক মৃত্যু। মহিলা গৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। মৃত্যুহোৱা মহিলা গৰাকীৰ নাম জামিৰণ বিবি। স্বামী আৰু পৰিয়ালৰ লোকে ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ অভিযোগ। ঘটনাস্থলীত আঠান
গৌৰীপুৰৰ আঠানিৰ সাধুভাষা ১ম খণ্ডত মহিলাৰ ৰহস্যজনক মৃত্যু


ধুবুৰী, ১৭ নৱেম্বৰ (হি.স.)। গৌৰীপুৰৰ আঠানিৰ সাধুভাষা ১ম খণ্ডত মহিলাৰ ৰহস্যজনক মৃত্যু। মহিলা গৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। মৃত্যুহোৱা মহিলা গৰাকীৰ নাম জামিৰণ বিবি। স্বামী আৰু পৰিয়ালৰ লোকে ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ অভিযোগ।

ঘটনাস্থলীত আঠানি আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ সুত্ৰ অনুসৰি মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত মহিলা গৰাকীৰ মৃত্য়ুৰ কাৰণ নিশ্চিত কৰিব পৰা হব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande