বৰহোলা নাগিনীজুৰিত বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ৷
বৰহোলা নাগিনীজুৰিত বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ৷
বৰহোলা নাগিনীজুৰিত বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ৷


শোণিতপুৰ ১৬ অক্টোবৰ (হি.স.):বৰহোলা নাগিনীজুৰিত বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ৷ আবকাৰী বিভাগৰ যোৰহাট জিলাৰ বিশেষ টাস্ক ফৰ্চ অনুসন্ধানত তিতাবৰ আবকাৰী বিভাগে বৰহোলা নাগিনীজুৰি গাঁৱৰ দিপাংকৰ শইকীয়া বাসগৃহত অভিযান চলাই দুখন ট্ৰেক্টৰৰ ট্ৰেইলাৰ ভৰ্তি, এখন ভেনত আৰু এটা ৰূমত মজুত হৈ থকা ৩৫৩ টিন লালিগুৰ জব্দ কৰা লগতে ভঁৰালৰ তলত থকা ১৫০ বেগ জাগাৰি পাউদাৰ আবকাৰী বিভাগে জব্দ কৰিবলৈ সক্ষম হয়৷ লোকজনক আবকাৰী আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande