মহানগৰীত চুৰিৰ গোচৰত গ্ৰেপ্তাৰ দুজন
গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত দুটা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে। এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি হাতীগাঁও আৰক্ষী থানাৰ এটা দলে পাথৰকোৱাৰীৰ বাসিন্দা আনোৱাৰ আলী (৩২) আৰু ছফিকুল ইছলাম (৩৪) নামৰ দুজন
चोरी मामले में दो गिरफ्तार


গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত দুটা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে।

এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি হাতীগাঁও আৰক্ষী থানাৰ এটা দলে পাথৰকোৱাৰীৰ বাসিন্দা আনোৱাৰ আলী (৩২) আৰু ছফিকুল ইছলাম (৩৪) নামৰ দুজন চোৰক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। চুৰি কাণ্ডৰ সৈতে জড়িত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে।

এই অভিযানৰ সময়ত আৰক্ষীয়ে ধৃত অভিযুক্ত দুজনৰ পৰা তিনিটা চুৰি মোবাইল ফোন, এটা স্ক্ৰু ড্ৰাইভাৰ, দুটা কটাৰী, নগদ ₹৯৪০ টকা, এখন স্কুটাৰ (এছ-০১ডিই-০৮৩০), আৰু এটা হাতঘড়ী উদ্ধাৰ কৰে। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande