যোৰহাটৰ বাইপাছত ভয়ংকৰ ঘটনা
যোৰহাটৰ বাইপাছত ভয়ংকৰ ঘটনা।
যোৰহাটৰ বাইপাছত ভয়ংকৰ ঘটনা


যোৰহাট, ০৯ জানুৱাৰী (হি.স.): যোৰহাটৰ বাইপাছত যোৱা কালি বৃহস্পতিবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়। নাগালেণ্ডৰ পৰা আহি থকা এখন ট্ৰেভেলাৰ আগভেটি চালকক চুৰিৰে আক্ৰমণ এজন মেজিক চালকৰ।

নাগালেণ্ডৰ ক'হিমাৰ পৰা মন জিলালৈ গৈ থকা ট্ৰেভেলাৰ খনৰ চালকে বেছিকৈ হৰ্ণ বজোৱাৰ অভিযোগত আগছি ধৰে মেজিক চালক জনে। তাৰ পাছতে লগত থকা চুৰিৰে ট্ৰেভেলাৰ চালক জনক আক্ৰমণ কৰে। লগে লগে হুৱা দুৱা লাগে ট্ৰেভেলাৰ খনৰ যাত্ৰী সকলৰ মাজত। ঘটনা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande