জাগীৰোডত নেলী আৰক্ষীৰ অভিযানত ২৬ টা চোৰাং গৰু জব্দ,আটক দুজন সৰবৰাহকাৰী
মৰিগাও, ০৬ জানুৱাৰী (হি.স.)। বিগত কিছুদিনৰ পৰা জাগীৰোডত চোৰাং গৰু বেপাৰীৰ দপদপনি অব্যাহত আছে ।চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও আৰক্ষী চোৰাং গৰু ব্যৱসায়ীক নাকি লগোৱাত ব্যৰ্থ হৈছে।গোপন সুত্ৰে লাভ কৰা তথ্য়ৰ ভিত্তিত জাগীৰোডত
জাগীৰোডত নেলী আৰক্ষীৰ অভিযানত ২৬ টা চোৰাং গৰু জব্দ,আটক দুজন সৰবৰাহকাৰী


মৰিগাও, ০৬ জানুৱাৰী (হি.স.)। বিগত কিছুদিনৰ পৰা জাগীৰোডত চোৰাং গৰু বেপাৰীৰ দপদপনি অব্যাহত আছে ।চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও আৰক্ষী চোৰাং গৰু ব্যৱসায়ীক নাকি লগোৱাত ব্যৰ্থ হৈছে।গোপন সুত্ৰে লাভ কৰা তথ্য়ৰ ভিত্তিত জাগীৰোডত নেলী আৰক্ষীৰ অবৈধ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান।

অভিযানত ২৬ টা চোৰাং গৰু জব্দ নেলী আৰক্ষীৰ । এএছ ০১ এনচি ৯০৪১ নম্বৰৰ এখন ট্ৰাক জব্দ । চিলাপথাৰৰ পৰা মেঘালয়লৈ নিয়াৰ পথত গৰু সমূহ জব্দ। উদ্ধাৰ কৰা গৰুকেইটা গোশালালৈ প্ৰেৰণ । আটক দুজন সৰবৰাহকাৰী। ধৃত দুজন সৰবৰাহকাৰী ট্ৰাক চালক ইদ্ৰিছ আলী আৰু হেণ্ডিমেন জমিৰ উদ্দিন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande