কঠীয়াতলীত জোঙাল বলহু দিৱস উদযাঁপন
নগাঁও, ০৩ জানুৱাৰী (হি.স.)। কঠীয়াতলীত জোঙাল বলহু দিৱস উদযাঁপন l তিৱা জনগোষ্ঠীয় বীৰ খিদ্ৰী জোঙাল বলহুৰ দিৱসটি আজি নগাঁও জিলাৰ কঠীয়াতলীৰ আমগুৰিৰ বীৰ গৰাকীৰ স্থায়ী প্ৰতিমূৰ্তিৰ স্থানত এই দিৱসটি উদযাপন কৰে।এই উপলক্ষে পুৱা বীৰ জনাৰ প্ৰতিমূত্তিত বন্তুি
কঠীয়াতলীত জোঙাল বলহু দিৱস উদযাঁপন


নগাঁও, ০৩ জানুৱাৰী (হি.স.)। কঠীয়াতলীত জোঙাল বলহু দিৱস উদযাঁপন l

তিৱা জনগোষ্ঠীয় বীৰ খিদ্ৰী জোঙাল বলহুৰ দিৱসটি আজি নগাঁও জিলাৰ কঠীয়াতলীৰ আমগুৰিৰ বীৰ গৰাকীৰ স্থায়ী প্ৰতিমূৰ্তিৰ স্থানত এই দিৱসটি উদযাপন কৰে।এই উপলক্ষে পুৱা বীৰ জনাৰ প্ৰতিমূত্তিত বন্তুি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈ ;শিক্ষক প্ৰৱিত্ৰ লাডুৰ আৰু সমাজকৰ্মী বিনোদ পাটৰে।কাৰ্যসূচীটোত তিনিও গৰাকী বিশিষ্ট ব্যক্তিয়ে জোঙাল বলহুৰ জীৱন দৰ্শনৰ ওপৰত বহলাই বাখ্যা কৰে। আনহাতে বীৰ জোঙাল বলহুৰ কলাক্ষেত্ৰত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande