ভূৰাগাঁও মহাবিদ্যালয়ত ৫ কোটিৰ টকীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন
মৰিগাঁও, ০৩ জানুৱাৰী (হি.স.)। অসম চৰকাৰৰ আন্ত:গাথঁনি উন্নীতকৰণ অভিলালাষী আঁচনিৰ অন্তৰ্গত মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁও মহাবিদ্যালয়ত ৫ কোটিৰ টকীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা অসম চৰকাৰৰ আন্ত:গাথঁনি উন্নীতকৰণ অভিলালাষী আঁচনিৰ অন্তৰ্গত মৰিগাঁও সমষ্টিৰ
ভূৰাগাঁও মহাবিদ্যালয়ত ৫ কোটিৰ টকীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন


মৰিগাঁও, ০৩ জানুৱাৰী (হি.স.)। অসম চৰকাৰৰ আন্ত:গাথঁনি উন্নীতকৰণ অভিলালাষী আঁচনিৰ অন্তৰ্গত মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁও মহাবিদ্যালয়ত ৫ কোটিৰ টকীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা

অসম চৰকাৰৰ আন্ত:গাথঁনি উন্নীতকৰণ অভিলালাষী আঁচনিৰ অন্তৰ্গত মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁও মহাবিদ্যালয়ত ৫ কোটিৰ টকীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা স্হাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁও মহাবিদ্যালয়কে ধৰি ৪ খন মহাবিদ্যালয়ৰ ৫ কোটি টকীয়া শৈক্ষিক ভৱনৰ আধাৰ শিলা স্হাপন কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande