শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ অধীনত ঢেকিয়াজুলি সমষ্টিভিত্তিক পুঁজি বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় ৩২হাজাৰ গৰাকী উদ্যমী মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু