সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে নগাঁও জিলা প্ৰশাসনৰ বিশাল আয়োজন
নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.)। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশাল আয়োজন কৰা হৈছে ৷ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহত ৭ ছেপ্তেম্বৰৰ সন্ধিয়া সাত বজাৰ পৰা ওৰে নিশা শিল্পী সকলে পৰিৱেশন কৰিব সুধাকণ্ঠৰ গীত
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে নগাঁও জিলা প্ৰশাসনৰ বিশাল আয়োজন


নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.)। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশাল আয়োজন কৰা হৈছে ৷ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহত ৭ ছেপ্তেম্বৰৰ সন্ধিয়া সাত বজাৰ পৰা ওৰে নিশা শিল্পী সকলে পৰিৱেশন কৰিব সুধাকণ্ঠৰ গীত।

একেদৰে ১০ ছেপ্টেম্বৰত পোন্ধৰ হাজাৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিব সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে’’ গীতটি ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

উল্লেখ্য় যে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কলিকতাৰ পৰা আহিব পাঁচজনীয়া সাংস্কৃতিক দল ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande