গৌৰীপুৰত কংগ্ৰেছৰ বৃহত যোগদান কাৰ্যসূচী
ধুবুৰী, ১৩ ছেপ্তেম্বৰ (হি.স.)। গৌৰীপুৰত আজি কংগ্ৰেছৰ বৃহত যোগদান কাৰ্যসূচী। গৌৰীপুৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী।গোলকগঞ্জ ব্লক কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী।আক্ৰাছুৰ নেতৃত্বত কৰা প্ৰতিবাদত হিমন্ত বিশ্ব শৰ
গৌৰীপুৰত কংগ্ৰেছৰ বৃহত যোগদান কাৰ্যসূচী


ধুবুৰী, ১৩ ছেপ্তেম্বৰ (হি.স.)। গৌৰীপুৰত আজি কংগ্ৰেছৰ বৃহত যোগদান কাৰ্যসূচী। গৌৰীপুৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী।গোলকগঞ্জ ব্লক কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী।আক্ৰাছুৰ নেতৃত্বত কৰা প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে গুৰুলা গু ৰুলকৈ পিটিলে।

সেয়ে - কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোক যোগদান কৰে বুলি দাবী কৰে সাংসদ ৰকিবুল হুছেইনে। ২০২৬ চনত কোচ ৰাজবংশী সকলে পুতক তুলিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে।হিমন্ত বিশ্বশৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে কোচ ৰাজবংশীৰ ওপৰত প্ৰহাৰ চলিছিল। গৄহমন্ত্ৰী পদত্যাগ কৰিব লাগে।মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণ কৰিব দিয়া নাই।ইপিনে- অধিকাংশ লোকেই হাফপেন্ট পৰিধান কৰি কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande