কোকৰাঝাৰ, ০৯ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰাম ব্লক অধিনৰ কেইবা শহস্ৰাধীক দলীয় সমৰ্থকৰ উপস্থিতিত কৰে আশীৰ্বাদ যাত্ৰা । উক্ত আশীৰ্বাদ যাত্ৰা উপস্থিত থাকি বিপিএফ দলৰ কেন্দ্ৰীয় সম্পাদক তথা ফকিৰাগ্ৰাম সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ড: ৰেজাউল কৰিমে কয় যে ৰাইজে যি ধৰণৰ সহাৰি জনাইছে এই বেলি জয়ী নিশ্চিত বুলি প্ৰকাশ কৰে ।
ইপিনে এজামূল হক, সুকুমাৰ দেবনাথ আৰু অলকেশ দত্ত ওৰফে ৰুপম দত্তই কয় যে, ফকিৰাগ্ৰামক বিজেপিৰ হাতৰ পৰা বিপিএফ দলে এই বেলি উদ্ধাৰ কৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ