অবৈধ বাংলাদেশীক উচ্ছেদ ও বিতাড়ণৰ দাবীত মুৰ্কংচেলেকত বিশাল নাগৰিক সভা
ধেমাজি, ১৭ আগষ্ট (হি.স.)। অবৈধ বাংলাদেশীক উচ্ছেদ ও বিতাড়ণৰ দাবীত মুৰ্কংচেলেক বিশাল নাগৰিক সভা। জোনাইত টি এম পিকে জ''নাই জিলা সমিতিৰ উদ্যোগত এম এম কে আৰু টি এম এম কে জ''নাই জিলা সমিতিৰ সহযোগত মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাত অবৈধ বাংলাদেশীক
অবৈধ বাংলাদেশীক উচ্ছেদ ও বিতাড়ণৰ দাবীত মুৰ্কংচেলেক বিশাল নাগৰিক সভা


ধেমাজি, ১৭ আগষ্ট (হি.স.)। অবৈধ বাংলাদেশীক উচ্ছেদ ও বিতাড়ণৰ দাবীত মুৰ্কংচেলেক বিশাল নাগৰিক সভা।

জোনাইত টি এম পিকে জ'নাই জিলা সমিতিৰ উদ্যোগত এম এম কে আৰু টি এম এম কে জ'নাই জিলা সমিতিৰ সহযোগত মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাত অবৈধ বাংলাদেশীক উচ্ছেদ ও বিতাড়ণৰ দাবীত মুৰ্কংচেলেকত এই বিশাল নাগৰিক সভাখন অনুষ্ঠিত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande