বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা কৰ্তন, ঘৰুৱা গেছ উপভোক্তাৰ নাই কোনো সকাহ
নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। তেল বিপণন কোম্পানী সমূহে এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ লগতে ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা হ্ৰাস কৰে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নতুন মূল্য মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে। নতুন মূ
कमर्शियल गैस सिलेंडर की कीमतों में कटौती (फाइल फोटो)


নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। তেল বিপণন কোম্পানী সমূহে এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ লগতে ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা হ্ৰাস কৰে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নতুন মূল্য মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে।

নতুন মূল্য অনুসৰি দিল্লীত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৬৩১.৫০ টকা হৈছে, যাৰ মূল্য আছিল ১৬৬৫.০০ টকা। শেহতীয়াকৈ কৰ্তনৰ ফলত ব্যৱসায়িক চিলিণ্ডাৰ ব্যৱহাৰ কৰা বৃহৎ সংখ্যক হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সকাহ দিছে। অৱশ্যে সাধাৰণ গ্ৰাহকক কোনো ধৰণৰ সকাহ দিয়া নাই অ’এমচিয়ে। ১৪.২ কেজিৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande