গহপুৰত গাঞ্জাসহ এজন আটক
বিশ্বনাথ, ৩০ জুলাই (হি.স.)। গহপুৰৰ হেলেমত গাঞ্জাসহ এজনক আটক । প্ৰায় ৫ কেজি ওজনৰ গাঞ্জা তেজপুৰৰ পৰা লখিমপুৰলৈ লৈ গৈ থকাৰ সময়ত বুৰৈত গোপন সূত্ৰৰ পম খেদি হেলেম ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ শিতলাই গাঞ্জা সৰবৰাহকাৰী বুদ্ধিমান তামাং নামৰ লোকজনক বিজয়া
গহপুৰত গাঞ্জাসহ এজন আটক


বিশ্বনাথ, ৩০ জুলাই (হি.স.)। গহপুৰৰ হেলেমত গাঞ্জাসহ এজনক আটক ।

প্ৰায় ৫ কেজি ওজনৰ গাঞ্জা তেজপুৰৰ পৰা লখিমপুৰলৈ লৈ গৈ থকাৰ সময়ত বুৰৈত গোপন সূত্ৰৰ পম খেদি হেলেম ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ শিতলাই গাঞ্জা সৰবৰাহকাৰী বুদ্ধিমান তামাং নামৰ লোকজনক বিজয়া নামৰ বাছখনত আহি থকা অৱস্থাত হাতে লোটে ধৰে। বৰ্তমান গাঞ্জা বেপাৰীটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande