ডিব্ৰুগড়, ৩১ জুলাই (হি.স.)। পুষ্পাঞ্জলী সোণোৱাল বিজেপি ৰ দখলীকৃত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত তেওঁক ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।
তেওঁ ডিব্ৰুগড় পশ্চিম মণ্ডলৰ পৰা বিজেপি দলৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা