বিভিন্ন পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীক নগাঁওত জনোৱা হব সম্ভাষণ
নগাও, ১৮ জুলাই (হি.স.)। অসম অনুসূচিত জাতি পৰিষদ, নগাঁও জিলা সমিতিৰ আদৰণিয় পদক্ষেপ । কালিলৈ শনিবাৰে অনুসূচিত জাতিৰ কৃতি ছাত্ৰ ছাত্ৰীক জনাব সম্ভাষণ। ২০২৪-২৫ বৰ্ষত সুখ্যাতিৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জ
বিভিন্ন পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীক নগাঁওত জনোৱা হব সম্ভাষণ


নগাও, ১৮ জুলাই (হি.স.)। অসম অনুসূচিত জাতি পৰিষদ, নগাঁও জিলা সমিতিৰ আদৰণিয় পদক্ষেপ । কালিলৈ শনিবাৰে অনুসূচিত জাতিৰ কৃতি ছাত্ৰ ছাত্ৰীক জনাব সম্ভাষণ। ২০২৪-২৫ বৰ্ষত সুখ্যাতিৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জনগোষ্ঠীটোৰ শতাধিক ছাত্ৰ ছাত্ৰীক জনাব সম্ভাষণ।

নগাঁও জিলাৰ পেঞ্চন ভৱনত শনিবাৰে অসম অনুসূচিত জাতি পৰিষদৰ নগাঁও জিলা সমিটিয়ে আয়োজন কৰিছে সম্ভাষন সভা। । ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব লগীয়া অনুষ্ঠানটোত পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে উপস্থিত থাকিব বহু গণ্য মান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande