মৈৰাবাৰীৰ দলৈগাঁৱৰ পুখুৰীৰ মাজত মৃতদেহ উদ্ধাৰ
মৰিগাঁও, ১৩ জুলাই (হি.স.)। মৈৰাবাৰীৰ দলৈগাঁৱৰ পুখুৰীৰ মাজত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো মিৰ্জাৰুল ইছলাম(৩৫) নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। যুৱকজনক কোনো অচিন লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। পুখুৰীৰ পাৰত পৰিলক্ষিত হৈছে তেজৰ চেকুৰা।
মৈৰাবাৰীৰ দলৈগাঁৱৰ পুখুৰীৰ মাজত মৃতদেহ উদ্ধাৰ


মৰিগাঁও, ১৩ জুলাই (হি.স.)। মৈৰাবাৰীৰ দলৈগাঁৱৰ পুখুৰীৰ মাজত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো মিৰ্জাৰুল ইছলাম(৩৫) নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।

যুৱকজনক কোনো অচিন লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। পুখুৰীৰ পাৰত পৰিলক্ষিত হৈছে তেজৰ চেকুৰা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে আৰু যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande