কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম শিঙিমাৰীত থকা কোচ ৰাজবংশী সাহিত্য সভা প্ৰাংগনত অহা ১৬ আৰু ১৭ জুলাইত অনুষ্ঠিত হবলগীয়া কোচ ৰাজবংশী সাহিত্য সভাৰ ভগ্নী সংগঠন কোচ ৰাজবংশী লেখিকা সভাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে নিৰ্মাণ কৰিব লগা পেণ্ডেলৰ আজি লাইখুটা স্থাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ