ভাৰতীয় সেনাৰ আক্ৰমণত আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুঃআলফা(স্বা.)
তিনিচুকিয়া, ১৩ জুলাই (হি.স.)। আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু। ম্যানমাৰত লেঃজেঃ নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে যুদ্ধ বিমানেৰে ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণ। আহত আলফা স্বাধীনৰ আন কেইবা গৰাকীও সদস্য আৰু সাধাৰণ না
ভাৰতীয় সেনাৰ আক্ৰমণত আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুঃআলফা(স্বা.)


তিনিচুকিয়া, ১৩ জুলাই (হি.স.)। আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু। ম্যানমাৰত লেঃজেঃ নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে যুদ্ধ বিমানেৰে ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণ।

আহত আলফা স্বাধীনৰ আন কেইবা গৰাকীও সদস্য আৰু সাধাৰণ নাগৰিক। আজি আলফা(স্বা.) সংবাদ মাধ্য়মলৈ জাৰি কৰা এক ই–মেইল বাৰ্তাত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ বিষয়ে

উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande