যোৰহাটৰ প্ৰগতি মটৰছত কেইবা লাখ টকা আৰু সম্পত্তি চুৰি কৰা গভাইত চোৰ গ্ৰেপ্তাৰ
যোৰহাটৰ প্ৰগতি মটৰছ ত কেইবা লাখ টকা আৰু সম্পত্তি চুৰি কৰা গভাইড চোৰ গ্ৰেপ্তাৰ।
যোৰহাটৰ প্ৰগতি মটৰছত কেইবা লাখ টকা আৰু সম্পত্তি চুৰি কৰা গভাইত চোৰ গ্ৰেপ্তাৰ


যোৰহাট, ২০ জুন (হি.স.): যোৰহাটৰ প্ৰগতি মটৰছত কেইবা লাখ টকা আৰু সম্পত্তি চুৰি কৰা গভাইত চোৰ এটাক যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰা হয়। যোৱা ১৮ মে’ৰ নিশা যোৰহাটৰ পুলিবৰত থকা প্ৰগতি মটৰছত তিনিটা চোৰ প্ৰৱেশ কৰি প্ৰায় ৭ লাখ নগদ ধন আৰু অন্যান্য সামগ্ৰী লুট কৰিছিল।

প্ৰায় এমাহৰ অন্তত এই চুৰিৰ মাষ্টাৰ মাইণ্ড চিৰঞ্জীৱ গগৈ নামৰ চোৰটোক নগৰত চোলা ধৰা অঞ্চলৰ ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande