মৰনফান্দত পৰিণত ধুবুৰীৰ ঝগৰাৰপাৰৰ ষ্টেডিয়াম ৰোড
ধুবুৰী, ০১ জুন (হি.স.)। মৰনফান্দত পৰিণত ধুবুৰীৰ এটি পথ । পথটো হৈছে ধুবুৰীৰ ঝগৰাৰপাৰৰ ষ্টেডিয়াম ৰোড । এই সৰু পথটোৰে ডাঙৰ ডাঙৰ ট্ৰাকৰ লগতে বিভিন্ন গধুৰ যান বাহন অহা যোৱা কৰাৰ ফলত বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈছে । ফলত বিগত দুদিনত কেইবা খনো বাহন যাত্ৰী সহ
মৰনফান্দত পৰিণত ধুবুৰীৰ ঝগৰাৰপাৰৰ ষ্টেডিয়াম ৰোড


ধুবুৰী, ০১ জুন (হি.স.)। মৰনফান্দত পৰিণত ধুবুৰীৰ এটি পথ । পথটো হৈছে ধুবুৰীৰ ঝগৰাৰপাৰৰ ষ্টেডিয়াম ৰোড । এই সৰু পথটোৰে ডাঙৰ ডাঙৰ ট্ৰাকৰ লগতে বিভিন্ন গধুৰ যান বাহন অহা যোৱা কৰাৰ ফলত বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈছে । ফলত বিগত দুদিনত কেইবা খনো বাহন যাত্ৰী সহ বাগৰি পৰিছে । কথমপি প্ৰান ৰক্ষা পৰিছে যাত্ৰীবাহী বাহনত থকা সৰু ডাঙৰ বহু লোক । চিচিটিভি ত বন্দী হৈছে সমগ্ৰ দৃশ্য ।স্থানীয় ৰাইজৰ দাবী সোনকালে পথটোৰ মেৰামতি কৰিব লাগে আৰু গধুৰ যান বাহনৰ যাতায়ত বন্ধ কৰিব লাগে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande