শিৱসাগৰ,০৯ মে (হি.স.)। শিৱসাগৰত অসম গৌৰৱ মীনাক্ষী দাস। বাইকেৰে বিশ্বৰ ৬৮ খন দেশ ভ্ৰমন কৰা মীনাক্ষী দাস শিৱসাগৰত উপস্থিত হোৱাৰ পাছতেই উষ্ম আদৰণি। শিৱসাগৰত উপস্থিত হৈ ঐতিহাসিক শিৱদৌল দৰ্শন কৰিলে অসম গৌৰৱ মীনাক্ষী দাসে।
দেশৰ বৰ্তমান পৰিস্থিতিক লৈ চিন্তিত অসম গৌৰৱ মীনাক্ষী দাস। সন্ত্ৰাসবাদ কোনোপধ্যে সমৰ্থনযোগ্য নহয়, সন্ত্ৰাসবাদক সমূলঞ্চে নিশেঃষ কৰিব লাগে। আজি সমগ্ৰ দিন শিৱসাগৰ জিলাৰ দিচাংমুখত কটাব অসম গৌৰৱ মীনাক্ষী দাসে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা