কাছাৰত চুৰি মটৰ চাইকেল উদ্ধাৰ,দুজন চোৰ কৰায়ত্ব
কাছাৰ, ০৯ মে(হি.স.)। বাংস্কান্দি গোবিন্দপুৰ পথৰ পৰা চুৰি হোৱা এখন ক’লা আৰু নীলা ১৫০ পালছাৰ পঞ্জীয়ন নম্বৰ এএছ ১১ ৱাই ৮৪১৬ আৰু উজ্জন্তৰাপুৰৰ পৰা চুৰি হোৱা আন এখন ১৫০ ক’লা আৰু ৰঙা পালছাৰ পঞ্জীয়ন নম্বৰ এএছ ১১ টি ০৭২১ উদ্ধাৰ । কাছাৰ আৰক্ষীয়ে
চুৰি বাইকসহ চোৰ গ্ৰেপ্তাৰ


কাছাৰ, ০৯ মে(হি.স.)। বাংস্কান্দি গোবিন্দপুৰ পথৰ পৰা চুৰি হোৱা এখন ক’লা আৰু নীলা ১৫০ পালছাৰ পঞ্জীয়ন নম্বৰ এএছ ১১ ৱাই ৮৪১৬ আৰু উজ্জন্তৰাপুৰৰ পৰা চুৰি হোৱা আন এখন ১৫০ ক’লা আৰু ৰঙা পালছাৰ পঞ্জীয়ন নম্বৰ এএছ ১১ টি ০৭২১ উদ্ধাৰ ।

কাছাৰ আৰক্ষীয়ে ততাতৈয়াকৈ তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰতে গোচৰৰ সৈতে জড়িত দুজন সন্দেহযুক্ত ব্যক্তিক আটক কৰি বাইক কেইখন উদ্ধাৰ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande