গৌৰীপুৰত আটক দুগৰাকী পাকিস্তান সমৰ্থক
ধুবুৰী,০৯ মে (হি.স.)। ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়ত ধুবুৰীৰ গৌৰীপুৰত আটক দুগৰাকী পাকিস্তান সমৰ্থক। পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। আটকাধীন দুই যুৱক ক্ৰমে গৌৰীপুৰ আমগঞ্জ
গৌৰীপুৰত আটক দুগৰাকী পাকিস্তান সমৰ্থক


ধুবুৰী,০৯ মে (হি.স.)। ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়ত ধুবুৰীৰ গৌৰীপুৰত আটক দুগৰাকী পাকিস্তান সমৰ্থক। পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।

আটকাধীন দুই যুৱক ক্ৰমে গৌৰীপুৰ আমগঞ্জৰ আবু বিন মিৰাজ উদ্দিন শেখ আৰু গৌৰীপুৰ পূৱেৰ গাওঁৰ আৰিফ শ্বেখ। বৰ্তমানে যুৱক দুগৰাকীক গৌৰীপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande