দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাংবাদিকৰ উদ্যোগত ৰঙালী বিহু উদ্‌যাপন বাতিল
মানকাচৰ, ০৯ মে' (হি.স.)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক সন্মান জনাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাংবাদিকৰ উদ্যোগত হবলগীয়া ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচি আনুষ্ঠানিক ভাবে বাতিল। বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত অনুধাৱন কৰি আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক সন্মান জন
দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাংবাদিকৰ উদ্যোগত ৰঙালী বিহু উদ্‌যাপন বাতিল


মানকাচৰ, ০৯ মে' (হি.স.)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক সন্মান জনাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাংবাদিকৰ উদ্যোগত হবলগীয়া ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচি আনুষ্ঠানিক ভাবে বাতিল।

বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত অনুধাৱন কৰি আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক সন্মান জনাই ২০ মে তাৰিখে হবলগীয়া ৰঙালী বিহু উদযাপন কাৰ্যসূচি বাতিল কৰে বিহু কমিটিয়ে।লগতে বিহু কমিটয়ে দেশবাসীক দেশৰ বীৰ যোদ্ধা সকলোৰ লগত থাকিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande