মাজুলী, ০৯ মে' (হি.স.)। ফাটবিহু আৰু উদযাপন সমিতিৰ জৰুৰী বৈঠক। ফাটবিহুৰ সকলো কাৰ্যসূচী বাতিল।
কাইলৈৰ পৰা বন্ধ ফাটবিহু। ইফালে মাজুলীত বাতিল আছু ৰ উদ্যোগত অনুষ্ঠিত বিহু৷
১২ মে ৰ পৰা নামনি মাজুলীত আছিল আছুৰ কেন্দ্ৰীয় ৰঙালী বিহু৷ আছু আৰু উদযাপন সমিতিৰ যুটীয়া বৈঠকৰ পাছতে এই সিদ্ধান্ত৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু