শিৱসাগৰত বীৰ লাচিত সেনাৰ বিহু বাতিল
শিৱসাগৰ, ০৯ মে (হি.স.)। শিৱসাগৰত বীৰ লাচিত সেনাৰ বিহু বাতিল৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন বাতিলৰ ঘোষনা শৃংখল চলিহাৰ। বিহুৰ বাবে থকা ধন সামৰিক বাহিনীৰ পুঁজিলৈ দিয়া হব বুলিও ঘোষনা। ১৫ মে তাৰিখে শিৱসাগৰৰ কে
শিৱসাগৰত বীৰ লাচিত সেনাৰ বিহু বাতিল


শিৱসাগৰ, ০৯ মে (হি.স.)। শিৱসাগৰত বীৰ লাচিত সেনাৰ বিহু বাতিল৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন বাতিলৰ ঘোষনা শৃংখল চলিহাৰ। বিহুৰ বাবে থকা ধন সামৰিক বাহিনীৰ পুঁজিলৈ দিয়া হব বুলিও ঘোষনা। ১৫ মে তাৰিখে শিৱসাগৰৰ কে পি এম চাৰিআলিত অনুষ্ঠিত হব লগীয়া আছিল বিহু সন্মিলন খন।

ভাৰতীয় সেনাই পাকিস্তানক এই সুযোগতে চাৰিভাগত বিভক্ত কৰি দিয়ক বুলি শৃংখল চলিহাৰ মন্তব্য। পি অ কে ক আই অ কে লৈ পৰিবৰ্তন যাতে হয় তাৰ বাবে প্ৰাৰ্থনা জনাঁইছো বুলি মন্তব্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande