বৰমাত অনুষ্ঠিত হব লগীয়া ‍২৭ সংখ্যক কেন্দ্ৰীয় ব'হাগী উৎসৱৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত
বাক্সা, ০৯ মে (হি.স.)। অহা ১২ মে'ত বৰমাত অনুষ্ঠিত হব লগীয়া ‍২৭ সংখ্যক কেন্দ্ৰীয় ব'হাগী উৎসৱৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা বুলি উদযাপন সমিতিয়ে জনাইছে। মুখ্যমন্ত্ৰীৰ আহ্বান আৰু সাম্প্ৰতিক দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হ
বৰমাত অনুষ্ঠিত হব লগীয়া ‍২৭ সংখ্যক কেন্দ্ৰীয় ব'হাগী উৎসৱৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত


বাক্সা, ০৯ মে (হি.স.)। অহা ১২ মে'ত বৰমাত অনুষ্ঠিত হব লগীয়া ‍২৭ সংখ্যক কেন্দ্ৰীয় ব'হাগী উৎসৱৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা বুলি উদযাপন সমিতিয়ে জনাইছে। মুখ্যমন্ত্ৰীৰ আহ্বান আৰু সাম্প্ৰতিক দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সমিতিয়ে জানিব দিয়ে।

লগতে পাকিস্তানৰ বৰ্বৰোচিত আক্ৰমণৰ প্ৰতিশোধ লৈ পাকিস্তানক নিশ্চিহ্ণ কৰিবলৈ দাবী জনাই । বিহু কাৰ্যালয়ত পাকিস্তান মূৰ্দাবাদ ধ্বনিৰে পাকিস্তান নিপাত যোৱাটো কামনা কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande