বক্সাৰ তথা অজুন বঁটা প্ৰাপক লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫
শিৱসাগৰ, ০৯ মে' (হি.স.)। বক্সাৰ তথা অজুন বঁটা প্ৰাপক লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫৷ বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত এই বঁটা প্ৰদান৷ কালি নিশা শিমলুগুৰিত লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ বঁটা প্ৰদান কৰা হয়৷ বৃহত্তৰ শিম
বক্সাৰ তথা অজুন বঁটা প্ৰাপক লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫


শিৱসাগৰ, ০৯ মে' (হি.স.)। বক্সাৰ তথা অজুন বঁটা প্ৰাপক লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫৷ বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত এই বঁটা প্ৰদান৷

কালি নিশা শিমলুগুৰিত লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ বঁটা প্ৰদান কৰা হয়৷ বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা ।

৭মে আৰু ৮ মে দুদিনীয়াকৈ অনুষ্ঠিত বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ প্ৰদান কৰে বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande