অভয়াপুৰীত দিন-দুপৰতে চুৰি কাণ্ড
অভয়াপুৰীত দিন-দুপৰতে চুৰি কাণ্ড।
অভয়াপুৰীত দিন-দুপৰতে চুৰি কাণ্ড


বঙাইগাঁও, ৩১ মে' (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। অভয়াপুৰীৰ জ্যোতি নগৰত শুক্ৰবাৰে দিন দুপৰতে চোৰে তহিলং কৰিলে বাসগৃহ।

চোৰে লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে এই লুটপাট। চুৰি কাণ্ডৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কালি সন্ধিয়া কাষ চাপিছে অভয়াপুৰী আৰক্ষীৰ। অভয়াপুৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande