সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত দীক্ষান্ত সমাৰোহ
শোণিতপুৰ, ৩১ মে’ (হি.স.)। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰত আজি অনুষ্ঠিত এক দীক্ষান্ত সমাৰোহত ২৬২সংখ্যক বেটচৰ হেড কনিষ্টবলৰ মৌলিক নিযুক্তি প্ৰশিক্ষণ পাঠ্যক্ৰম (যোগাযোগ) সুখ্যাতিৰে সম্পূৰ্ণ কৰ
সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰত আজি অনুষ্ঠিত এক  দীক্ষান্ত সমাৰোহত

শোণিতপুৰ, ৩১ মে’ (হি.স.)। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰত আজি অনুষ্ঠিত এক দীক্ষান্ত সমাৰোহত ২৬২সংখ্যক বেটচৰ হেড কনিষ্টবলৰ মৌলিক নিযুক্তি প্ৰশিক্ষণ পাঠ্যক্ৰম (যোগাযোগ) সুখ্যাতিৰে সম্পূৰ্ণ কৰা সশস্ত্ৰ সীমা বলৰ ৫১১গৰাকী পুৰুষ আৰু ২৫গৰাকী মহিলাই ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধান সাক্ষী কৰি দেশৰ সাৰ্বভৌমত্ব,অখণ্ডতা আৰু দেশৰ নিৰাপত্তাৰ শপত গ্ৰহণ কৰে। এই উপলক্ষে প্ৰশিক্ষণ কেন্দ্ৰৰ শিৱাজী পেৰেড গ্ৰাউন্ডত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি সশস্ত্ৰ সীমা বলৰ গুৱাহাটীস্থ ফ্ৰন্টিয়াৰ মুখ্যালয়ৰ মহাপৰিদৰ্শক সুধীৰ বৰ্মাই সশস্ত্ৰ সীমা বলৰ Head Constable( Communication) সকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মহাপৰিদৰ্শক বাৰ্মাই সশস্ত্ৰ সীমা বলৰ যোগাযোগৰ হাবিল্ডাৰ(Head Constable Communication) সকলৰ আনুষ্ঠানিক কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

মহাপৰিদৰ্শক বাৰ্মাই আজিৰ দীক্ষান্ত সমাৰোহত অংশ গ্ৰহন কৰা সকলক ৰাষ্ট্ৰৰ সেৱাত নিষ্ঠা আৰু ত্যাগৰ মনোভাৱৰে মনোনিৱেশ কৰাৰ আহ্বান জনায়। ভাষন প্ৰসংগত মহাপৰিদৰ্শক গৰাকীয়ে ২০০১পৰা ভাৰত ভূটান আৰু ভাৰত নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিয়োজিত সশস্ত্ৰ সীমা বল দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বতো নিয়োজিত হোৱাৰ কথা ব্যক্ত কৰে। মহাপৰিদৰ্শক গৰাকীয়ে ভাৰত আৰু নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উপৰিও সশস্ত্ৰ সীমা বলৰ জোৱান আৰু বিষয়া সকল দেশৰ সন্ত্ৰাসবাদ জৰ্জৰিত ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাত নিয়োজিত হোৱাৰ লগতে দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত জোৱান আৰু বিষয়া সকলৰ সাহস ,কঠোৰ অনুশাসন আৰু বলিদান আদৰণীয় আৰু আমি ইয়াৰ বাবে গৌৰৱ কৰো বুলি ব্যক্ত কৰে। আনহাতে দীক্ষান্ত সমাৰোহত দিয়া আদৰণি ভাষনত সশস্ত্ৰ সীমা বলৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ মহাপৰিদৰ্শক কে চি বিক্ৰমে দেশৰ ১২খন ৰাজ্যৰ ৫১১গৰাকী পুৰুষ আৰু ২৫গৰাকী মহিলা হেড কনিষ্টবল যোগাযোগৰ ৪৪সপ্তাহৰ কঠোৰ প্ৰশিক্ষণৰ অধীনত অস্ত্ৰ চালনা, সমৰ কলা, নিয়মানুৱৰ্তীতা, ড্ৰিল ,মেপ ৰিডিং, বৰ্ডাৰ মেনেজমেন্ট,ইউ এছ চি প্ৰশিক্ষণ সুখ্যাতিৰে সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে।

ভাষন প্ৰসঙ্গত উপ মহাপৰিদৰ্শক গৰাকীয়ে ১৯৬২ৰ ভাৰত চীন যুদ্ধৰ পিছত ১৯৬৩ গঠিত এছ এছ বি গঠন হয় আৰু গঠনৰ পিছতেই ১৯৬৫ৰ এক ডিচেম্বৰত স্থাপিত শালনীবাৰীত স্থাপিত বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত বৰ্তমানলৈকে ৭২,৬৬১গৰাকী জোৱান আৰু বিষয়াক প্ৰশিক্ষণ দিয়াৰ কথা ব্যক্ত কৰে। দীক্ষান্ত সমাৰোহত মহাপৰিদৰ্শক গৰাকীয়ে অংশ গ্ৰহণ কৰা ৫১১গৰাকী হেড কনিষ্টবল যোগাযোগৰ ৰেঙ্ক প্ৰদানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সশস্ত্ৰ সীমা বলৰ জোৱান সকলে বেণ্ড প্ৰদৰ্শন, সামূহিক পি টি, অস্ত্ৰ চালনা, সমৰ কলা, যোগাভ্যাস আৰু দু:সাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

 rajesh pande