শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ।
শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা


শিৱসাগৰ, ০৩ মে’ (হি.স.): শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ সমীপত যোৱাকালি শুকুৰবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন স্কুটীৰ মুখামুখি সংঘৰ্ষ লাগে।

প্ৰাপ্ত তথ্য়মতে এএছ ০৪ এজে ০৬৩১ আৰু এএছ ০৪ এন ১৪৭০ নম্বৰৰ স্কুটী দুখনৰ মাজত সংঘৰ্ষ লাগে । এই ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোক। গুৰুতৰভাবে আহত মেছাগড় জোকতলিৰ ৰন্টু বুঢ়াগোঁহাই আৰু ভটিয়াপাৰৰ অনুপম বৰা তথা ৰাহুল সন্দিকৈ নামৰ আন এজন যুৱক আহত হয়। ইয়াৰে দুই স্কুটী আৰোহী অনুপম বৰা আৰু ৰন্টু বুঢ়াগোহাঁইক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande