জালুকবাৰীত হজ যাত্ৰীৰ বাহনৰ খুন্দাত যুৱক নিহত
গুৱাহাটী, ০৩ মে’ (হি.স.)। গুৱাহাটী মহানগৰীৰ জালুকবাৰীত হজ যাত্ৰীৰ বাহনৰ খুন্দাত এজন যুৱক নিহত হয় । আজাৰাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল নিহত ৰূপ বাদশ্বাহ নামৰ যুৱক গৰাকী। জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটো
দুৰ্ঘটনা


গুৱাহাটী, ০৩ মে’ (হি.স.)। গুৱাহাটী মহানগৰীৰ জালুকবাৰীত হজ যাত্ৰীৰ বাহনৰ খুন্দাত এজন যুৱক নিহত হয় । আজাৰাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল নিহত ৰূপ বাদশ্বাহ নামৰ যুৱক গৰাকী।

জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে তীব্ৰ বেগী বাহন খন। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ সন্ধান বিচাৰি বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande