মাজুলীৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ কৰি গভীৰ নিশা ফেৰীৰে অফলামুখ ঘাটত উপস্থিত বিষয়া কৰ্মচাৰী
মাজুলী,০৩ মে (হি.স.)। মাজুলীৰ আহতগুৰি পঞ্চায়তৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ কৰি গভীৰ নিশা ফেৰীৰে অফলামুখ ঘাটত উপস্থিত বিষয়া কৰ্মচাৰী। প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰে কৰ্মী সকলে। অতি দুৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ সমূহত কোনো সুবিধা নথকাৰ অভিযোগ
মাজুলীৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ কৰি গভীৰ নিশা ফেৰীৰে অফলামুখ ঘাটত উপস্থিত বিষয়া কৰ্মচাৰী


মাজুলী,০৩ মে (হি.স.)। মাজুলীৰ আহতগুৰি পঞ্চায়তৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ কৰি গভীৰ নিশা ফেৰীৰে অফলামুখ ঘাটত উপস্থিত বিষয়া কৰ্মচাৰী। প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰে কৰ্মী সকলে।

অতি দুৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ সমূহত কোনো সুবিধা নথকাৰ অভিযোগ।। লাইটৰ সুবিধা নথকাত নিশা কৰিবলগীয়া কোনো কাম কৰিব নোৱাৰে কৰ্তব্যৰ বাবে বিষয়া কৰ্মী সকলে। কেইবা খনো নদীৰ সুঁতি পাৰ হৈ উপস্থিত হব লগা হৈছিল ভোট গ্ৰহণ কেন্দ্ৰত ।

প্ৰতিতো নিৰ্বাচনত একে কৰ্মচাৰী সকলক উক্ত অঞ্চল সমূহত নিয়োজিত কৰাৰ অভিযোগ।। এচোৱা নাও এচোৱা ট্ৰেক্টৰেৰে অতি কষ্টেৰে যাৱ লাগে দুৰ্গম অঞ্চললৈ। কৰ্তব্য সম্পাদনা কৰি নিমাটিৰ পৰা ফেৰীৰে আহি নিশা ডেৰ বজাত অফলামুখত উপস্থিত হয় প্ৰিজাংইডিং বিষয়া সহ কৰ্মচাৰী সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande