বিহালীৰ ৰাংছালী কাছকটাৰ গৰু গোহালিত ভয়ানক অগ্নিকাণ্ড সংঘটিত
বিহালীৰ ৰাংছালী কাছকটাৰ নিৱাসী প্ৰেমকান্ত(ভুকুন) দাসৰ গৰু গোহালিত ভয়ানক অগ্নিকাণ্ড সংঘটিত
বিহালীৰ ৰাংছালী কাছকটাৰ গৰু গোহালিত ভয়ানক অগ্নিকাণ্ড সংঘটিত


বিশ্বনাথ, ২০ মে’ (হি.স.): বিহালীৰ ৰাংছালী কাছকটাৰ নিৱাসী প্ৰেমকান্ত(ভুকুন) দাস নামৰ েলোকজনৰ গৰু গোহালিত যোৱাকালি সোমবাৰে সন্ধিয়া ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰাত নিয়ন্ত্ৰণলৈ আহে।

জুইত সম্পূৰ্ণ গৰু গোহালি জাহ যোৱাৰ লগতে গোহালিত থকা খেৰ,হাঁহ-কুকৰা আদি জাহ যায় । স্থানীয় ৰাইজৰ তৎপৰাত জুই নুমুৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande