নলবাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
নলবাৰী,০৮ এপ্ৰিল (হি.স.)। নলবাৰীৰ আলোকপুৰত শোকাবহ পথ দুৰ্ঘটনা । ট্ৰেক্টৰৰ খুন্দাত নিহত এজন লোক । নিহত লোকজন কাশিমপুৰৰ অচুৎত বৰ্মন(৪০) ।নলবাৰী চহৰৰ এটা প্ৰেছত কৰ্মৰত আছিল অচুৎত বৰ্মন। নিজ গৃহৰ পৰা কৰ্মস্থলীলৈ গৈ আছিল নিহত অচুৎত বৰ্মন। তিব্ৰবেগী ট্
নলবাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত


নলবাৰী,০৮ এপ্ৰিল (হি.স.)। নলবাৰীৰ আলোকপুৰত শোকাবহ পথ দুৰ্ঘটনা । ট্ৰেক্টৰৰ খুন্দাত নিহত এজন লোক । নিহত লোকজন কাশিমপুৰৰ অচুৎত বৰ্মন(৪০) ।নলবাৰী চহৰৰ এটা প্ৰেছত কৰ্মৰত আছিল অচুৎত বৰ্মন। নিজ গৃহৰ পৰা কৰ্মস্থলীলৈ গৈ আছিল নিহত অচুৎত বৰ্মন।

তিব্ৰবেগী ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় অচুৎত বৰ্মন ঘটনাস্থলীত যান-বাহন আৰক্ষীৰ উপস্থিত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande