অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি সোণাৰিৰ টংকেশ্বৰ কোঁৱৰৰ পথ দুৰ্ঘটনাত মৃত্য়ু
চৰাইদেউ, ১৭ এপ্ৰিল (হি.স.)। চৰাইদেউৰ টেঙাপুখুৰীত বুধবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি সোণাৰিৰ টংকেশ্বৰ কোঁৱৰৰ ডিব্ৰুগড় মেডিচিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উল্লেখ্য় যে এই ঘটনাটো
অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি সোণাৰিৰ টংকেশ্বৰ কোঁৱৰৰ পথ দুৰ্ঘটনাত মৃত্য়ু


চৰাইদেউ, ১৭ এপ্ৰিল (হি.স.)। চৰাইদেউৰ টেঙাপুখুৰীত বুধবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি সোণাৰিৰ টংকেশ্বৰ কোঁৱৰৰ ডিব্ৰুগড় মেডিচিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

উল্লেখ্য় যে এই ঘটনাটোত পৰিয়ালৰ পাঁচ জন লোক আহত হৈছিল । গুৰুত্বৰভাৱে আহত টংকেশ্বৰ কোঁৱৰক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল । তাতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত নিশা তেওঁৰ মৃত্য়ু হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande