বজালীৰ পুঠিমাৰীত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী
বৰপেটা, ০৮ এপ্ৰিল (হি.স.)। বজালীৰ পুঠিমাৰীত আজি বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী।উক্ত কাৰ্য্যসূচীত অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ তথা মুখপাত্ৰ মনোজ বৰুৱাৰ অংশগ্ৰহণ।ৰাইজৰ ঘৰে ঘৰে গৈ চৰকাৰৰ উন্নয়নমূলক আঁচনি সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময়। নৰেন্দ্ৰ মোড
বজালীৰ পুঠিমাৰীত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী


বৰপেটা, ০৮ এপ্ৰিল (হি.স.)। বজালীৰ পুঠিমাৰীত আজি বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী।উক্ত কাৰ্য্যসূচীত অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ তথা মুখপাত্ৰ মনোজ বৰুৱাৰ অংশগ্ৰহণ।ৰাইজৰ ঘৰে ঘৰে গৈ চৰকাৰৰ উন্নয়নমূলক আঁচনি সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময়।

নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম সমুহত ৰাইজ এতিয়া আস্বস্ত। ৰাভা হাছং নিৰ্বাচনতো ৰাইজে বিজেপিক ভোট দি জয় যুক্ত কৰিছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনতো ৰাইজে বিজেপি সমৰ্থিত ৰাইজে আকোৱালি লব। ৭ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ এই গাওঁ চলো কাৰ্যসূচী ৰূপায়ন কৰা হব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande