বজালীত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ
বৰপেটা, ২৬ এপ্ৰিল (হি.স.)। বজালীত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। বজালীৰ হলংবাৰীত ২৪ নং ধুমাৰপথাৰ গাওঁ পঞ্চায়তৰ বিৰোধী ঐক্যমঞ্চৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰুহুল আমিনৰ নিৰ্বাচনী প্ৰচাৰ । ৰাইজৰ ঘৰে ঘৰে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ
বজালীত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ


বৰপেটা, ২৬ এপ্ৰিল (হি.স.)। বজালীত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। বজালীৰ হলংবাৰীত ২৪ নং ধুমাৰপথাৰ গাওঁ পঞ্চায়তৰ বিৰোধী ঐক্যমঞ্চৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰুহুল আমিনৰ নিৰ্বাচনী প্ৰচাৰ । ৰাইজৰ ঘৰে ঘৰে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ।

প্ৰচাৰ চলায় তেওঁ কয় যে, নিৰ্দলীয় প্ৰাৰ্থী যদিও বিৰোধী ৰাজনৈতিক দল সমুহে মোক সংগ দিছে। ৰাইজৰ বিভিন্ন সমস্যাৰাজী সমুহ সামাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি।যিখিনি সমস্যা হৈ আছে মই জয়ী হলে কৰি দিব পাৰিম বুলি ৰাইজ বিশ্বাসী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande