বজালীৰ বদনকুছিত ১৭ সংখ্যক ৰঙালী বিহু উদযাপন
বজালীৰ বদনকুছিত ১৭ সংখ্যক ৰঙালী বিহু উদযাপন।
বজালীৰ বদনকুছিত ১৭ সংখ্যক ৰঙালী বিহু উদযাপন


বৰপেটা, ১৮ এপ্ৰিল (হি.স.): বজালীৰ বদনকুছিত ১৭ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয়। বদনকুছি বৰবাকৰা চুৱা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত নৱ যুৱ মিলন সংঘৰ সহযোগত অনুষ্ঠিত হৈছে বিহু।

তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰঙালী বিহু।যোৱা নিশা একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande