বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন
মানকাচৰ, ১৯ এপ্ৰিল (হি.স.)। বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন। বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে। অসমৰ উজনিৰ পৰা নামনিলৈ সকলো ফালে ৰঙালী বিহুৰ পাৰভঙা উসাহ । বাংল
বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন


মানকাচৰ, ১৯ এপ্ৰিল (হি.স.)। বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন। বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে।

অসমৰ উজনিৰ পৰা নামনিলৈ সকলো ফালে ৰঙালী বিহুৰ পাৰভঙা উসাহ । বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা বাংলাদেশত অধ্যয়ন কৰিবলৈ যোৱা চিকিৎসাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে মিলি এই বাৰ বাংলাদেশত বিহু উদযাপন কৰে। অসম স্টুডেন্ট কমিউনিটি ঢাকাৰ উদ্যোগত ধানমন্ডীত অনুষ্ঠিত কৰা হয় বিহু উৎসৱৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande