বাক্সাৰ বাঁহবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত হৰিণ পহুৰ মৃত্যু
বাক্সাৰ বাঁহবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু এটা হৰিণ পহুৰ।
বাক্সাৰ বাঁহবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত হৰিণ পহুৰ মৃত্যু


বাক্সা, ১৬ এপ্ৰিল (হি.স.): বাক্সাৰ বাঁহবাৰীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য অব্য়াহত আছে। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰে এটা হৰিণ পহু।

মানাহ অভয়াৰণ্য়ৰ পৰা ওলাই অহা হৰিণ পহুটোৱে ৰাস্তা পাৰ হ'ব খোজোতেই তীব্ৰবেগী ডাম্পাৰ এখনে মহতিয়াই থৈ যায়। পৰিপ্ৰেক্ষিতত থিতাতে মৃত্যু হয় হৰিণ পহুটোৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande