বাক্সা, ১৬ এপ্ৰিল (হি.স.)। বাক্সাৰ চৌধুৰীপাৰাত আজি বাক্সা জিলা এবছুৰ উদ্যোগত ২১ সংখ্যক বৈশাগু উৎসৱ পালন।এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে উৎসৱটো।
কণিষ্ঠই জেষ্ঠ্য সকলক সেৱা কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।সকলো ৰাইজে আনন্দত আত্মহাৰা হৈ পৰিছে।মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, পাৰিষদ মন্টু বড়ো, জয় মুছাহাৰীৰ অংশগ্রহণ ।বড়ো জনগোষ্ঠীয় জাতীয় সাজ পাৰ পিন্ধি সকলোৱে পালন কৰিছে বৈশাগু উৎসৱ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ