পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাইছে অসমৰ ভাৰত ভূটান সীমান্তত
নলবাৰী, ২৯ অক্টোবৰ (হি.স.)। পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰিহি মধুসূদন দেখাইছে ৷ দিন ৰাতি একাকাৰ কৰি চৌদিশে হাতীৰ জাক ৷ কেতিয়াবা একেলগে কেতিয়াবা পৃথক বিচৰন কৰি আহিছে হাতীৰ জাকে ৷ কেতিয়াবা বগাজুলি বনাঞ্চল
পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰিহি মধুসূদন দেখাইছে ৷


পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰিহি মধুসূদন দেখাইছে ৷


নলবাৰী, ২৯ অক্টোবৰ (হি.স.)। পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰিহি মধুসূদন দেখাইছে ৷ দিন ৰাতি একাকাৰ কৰি চৌদিশে হাতীৰ জাক ৷ কেতিয়াবা একেলগে কেতিয়াবা পৃথক বিচৰন কৰি আহিছে হাতীৰ জাকে ৷

কেতিয়াবা বগাজুলি বনাঞ্চলত কেতিয়াবা বৰনদী ৰ পাৰত নাগ্ৰীজুলি চাহ বাগানত আশ্ৰয় লৈ সন্ধিয়া হলে জনাঞ্চলত প্ৰৱেশ কৰি এতিয়া এক কথাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আনহাতে পাগলাদিয়াৰ বুকুৱেদি কেতিয়াবা নলবাৰীলৈ যাব খোজে যদিহে জৰতালুকত ফেন্সিং দি প্ৰতিৰোধ কৰিছে বনবিভাগে ৷তথাপি নদীৰ বুকুৱেদি পোনাব খোজে নলবাৰী অভিমুখে ৷বনবিভাগ নিৰুপায় হৈ পৰিছে ৷ আওপুৰণি পদ্ধতিৰে হাতী খেদি ভাগৰি পৰিছে বিভাগৰ কৰ্মচাৰী সকল ৷ সম্প্ৰতি পথাৰত ধান থকাত খেতিয়ক সকল চিন্তিত হৈ পৰিছে ৷ তথাপি ৰাইজ বনবিভাগে হাতী খেদাত তৎপৰ যদিও পোৱালি সহ বৃহৎ জাকে এনেদৰে আজি পুৱাইহ শান্তিপুৰ আঙাৰকাটা অঞ্চলত মুক্ত বিচৰন কৰি আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande